বিচাৰ বুদ্ধিবিচাৰ-খোঁচাৰ

বিচাৰ শক্তি (Assamese) [ Roman: bi.sar xok.ti]
Contributed by: Vikramjit Kakati on 2011-09-23
1. (Abstract Noun) the state or quality of applying appropriate logic and reasoning যথোচিত যুক্তি আৰু কাৰণ ব্যৱহাৰ কৰিব পৰা শক্তি

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-07-02
2. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|